মোৰ বিষয়ে

নিজৰ বিষয়ে কি নো কওঁ৷ এসময়ৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ জেংৰাইমুখত মোৰ পিতৃভিঠা, বৰ্তমান কৰ্মসূত্ৰে থাকোঁ গুৱাহাটীত৷ নাটক ভাল পাওঁ, মাজে মাজে মনৰ ভাববোৰ শব্দৰ ৰূপ দিবলৈ চেষ্টা কৰোঁ...

জীৱনটো চুই চাবলৈ যত্ন কৰোঁ...অনুভৱ কৰোঁ...

আৰুনো কি কওঁ, বচ সিমানেই...