শিক্ষাগত অৰ্হতা

  • স্নাতকোত্তৰ (অসমীয়া, সাহিত্য শাখা), গুৱাহাটী বিশ্ববিদ্যালয়

  • এম. ফিল. (গুৱাহাটী বিশ্ববিদ্যালয়)
    • (গৱেষণাৰ বিষয়ঃ অৰুণ শৰ্মাৰ নাটকঃ এটি সমীক্ষাত্মক অধ্যয়ন)

  • পিএইচ. ডি . (গুৱাহাটী বিশ্ববিদ্যালয়য়)
    • {গৱেষণাৰ বিষয়ঃ সমাজ বাস্তৱতাবাদ আৰু মঞ্চৰীতিৰ আলোকৰ সাম্প্ৰতিক অসমীয়া নাটক : এটি অধ্যয়ন (১৯৬৭-২০০৩)}